Pages
Home
Wednesday 6 July 2011
টোপনি
টোপনিয়ে কেতিয়াবা দুচকু মেলি থাকে
কপালত টানি ৰাখে বক্ৰৰেখা,
অপেক্ষাৰ ঢৌ সানে বুকুত,
চেঁচা আশাত ভাষা ঢালি
জপাই থয় দুচকু.......!
1 comment:
মনোৰঞ্জন মজুমদাৰ
9 July 2011 at 14:20
এই যে টুকুৰা টুকুৰ অনুভৱ বোৰ ..... হৃদয়্স্পৰ্শী ...
Reply
Delete
Replies
Reply
Add comment
Load more...
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
এই যে টুকুৰা টুকুৰ অনুভৱ বোৰ ..... হৃদয়্স্পৰ্শী ...
ReplyDelete