Pages

Wednesday 6 July 2011

ভাষা আছিল মৌনতা

তাই সুখত নাছিল..নিদ্ৰাহীন এটি ৰাতিক উপহাৰ যাঁচি,কোঠাৰ চুকে-কোণে পৰি থকা পোৰা চিগাৰেটৰ খবৰ নাৰাখি তাই সুখত নাছিল....এখন হিয়াৰ ভালপোৱা মচি তাই সুখত নাছিল....ভালপোৱাৰ সকলো মাদকতাক স্থবিৰ কৰি তাই বহন কৰিছিল অইন এক সত্তা...ভাষা যাৰ মৌনতা....!

No comments:

Post a Comment