Pages

Wednesday 6 July 2011

এমুঠি আশা

কেতিয়া যে বেইৰ তলত হালধীয়া কথা পাতিম,
মাটিমাহ, দৈৰ পৰশত উন্মনা হ'ব মন.........!
        তুমি ৰ'বা পদূলিত,
        সেন্দূৰীয়া সুখ কপালত সানি,
        খোজ দিম তোমাৰ সৈতে.....
        উৰুলীকৃত হ'ব ৰভাথলী,
        হিয়াত বাজিব উচ্ছাসৰ গান.........!

No comments:

Post a Comment