Pages

Wednesday 6 July 2011

চঞ্চল কবিতা

অই ,তোৰ হেনো ভালপাওঁ বুলিয়েই ওস্তাদি,
হে হে, এতিয়াই নুবুজিবি.....
প্রেম চেম বৰবাদি.....
    দীঘলীপুখুৰী, চি,চি,ডি কিম্বা শ্বপিং মেগামাৰ্ট
        এইবিলাক চব ফাটলামি.......
           ভালপোৱা মাথোঁ দুখন হিয়াৰ চঞ্চলামি.........!

No comments:

Post a Comment