Pages

Wednesday 6 July 2011

দূৰত্ব

দূৰত্বৰো প্রয়োজন কেতিয়াবা
সহজ আৰু নিভাঁজ নহয় নিঃসংগতা,
উমলি থাকে য'ত বিষণ্ণতা
ৰোমন্থন কৰিবলৈ মধুময়তা..!

No comments:

Post a Comment