Pages

Wednesday 6 July 2011

টোপনি

টোপনিয়ে কেতিয়াবা দুচকু মেলি থাকে
কপালত টানি ৰাখে বক্ৰৰেখা,
অপেক্ষাৰ ঢৌ সানে বুকুত,
চেঁচা আশাত ভাষা ঢালি
 জপাই থয় দুচকু.......!

1 comment:

  1. এই যে টুকুৰা টুকুৰ অনুভৱ বোৰ ..... হৃদয়্স্পৰ্শী ...

    ReplyDelete